Uncategorized

Deodar

দেৱদাৰু

ইংৰাজী নাম: Deodar

বৈজ্ঞানিক নাম: Polyalthia longifolia

দেৱদাৰু একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। দেৱদাৰু দীঘলীয়াকৈ শংকু আকাৰত বাঢ়ি যায় বাবে ঘৰৰ বাগিচা পদূলি আদিত সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোৱা হয়। হিমালয় পৰ্বতৰ উপত্যকাত এই গছবিধ যথেষ্ট পৰিমাণে দেখা পোৱা যায়।

বর্ণনা

সৰল, ওখ, পৰ্ণপাতী গছ। পাতবোৰ লেন্সৰ দৰে, উজ্জ্বল সেউজীয়া, ১৫-২৫*৩-৪চে.মি. ফুলবোৰ সৰু আৰু সেউজীয়া বগা। জুলাই-আগষ্ট মাহত ফলবোৰ পকি যায়। প্ৰতিটো ফল ১ চে:মি: দীঘল আৰু অণ্ডাকাৰ আকৃতিৰ। বীজৰ পৰা বিস্তাৰ হয়।

ই এবিধ আকৃতিত মেজি ঘৰটোৰ দৰে জোঙা হৈ ক্ৰমে ওপৰলৈ আগবঢ়া চিৰসেউজীয়া গছ ৷ হিমালয়ৰ উত্তৰআঞ্চল, তিব্বত আৰু নেপালত ১৫০০ মি,-৩২০০ মি, উচ্ছতাত এই গছবিধ হোৱা দেখিবলৈ পোৱা যায় ৷ ইয়াৰ পাতবোৰ বেজিৰ দৰে জোঙা ৷

ঔষধি গুণ

● এই গছৰ বাকলি কাহ নিৰাময়ত উপযোগী।

● ইয়াৰ বাকলিয়ে খজুৱতি দূৰ কৰিবলৈ মালিচ কৰিব পাৰি।

About the author

bijit dutta

Travel Organic

Add Comment

Click here to post a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Co-Founder Of…

Longlisted For Best Communicator IRTA2020

Enter your email to subscribe

Join 784 other subscribers